muktosinta.org
তোমাৰ যুদ্ধ কোনখন সমাজৰ বিৰুদ্ধে - ( ত্ৰিলোচন গগৈ) - মুক্ত চিন্তা
তোমাৰ দুহাতত যদি সঁপি দিওঁ তোমাৰ দুহাত মুখত জিভা শৰীৰত ঢালি দিওঁ জয়মতীৰ তেজ কোনখন সমাজৰ বিৰুদ্ধে বাজিব তোমাৰ ৰণশিঙা যিখন সমাজ গঢ়ি থৈ গৈছে তোমাৰ ককা, আজোককাই আইতা, আজোআইতাই যিখন সমাজে আবুৰত ৰাখিছিল তোমাৰ আই-বোপাইক তুমি কোনখন সমাজৰ বিৰুদ্ধে যিখন সমাজে তোমাক দিলে দুটা ভৰি, এখন মুখ বুকুত সিঁচি দিলে সেউজীয়া গান আৰু কবিতা …