muktosinta.org
চুলাই ট্ৰেজেডি: এয়া মৃত্যু নহয়, বহুলাংশে হত্যাও-(আশ্ৰাফুল হুছেইন) - মুক্ত চিন্তা
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসম উৎকৃষ্ট চাহ উৎপাদক হিচাপে জিলিকি আছে সমগ্ৰ বিশ্বতে। যাৰ তেজ আৰু ঘামেৰে চাহৰ ৰং ৰঙা হয় তেওঁলোকৰ মাজত আৰম্ভ হৈছে মৃত্যুৰ কিৰিলি। যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা অবৈধ চুলাইৰ বিষাক্ত ৰূপে কাঢ়ি ল'লে ডেৰ শতাধিক চাহ শ্ৰমিকৰ লগতে অন্যান্য গৰিব আৰু মেহনতী মানুহৰ জীৱন। উজনি অসমৰ গোলাঘাট জিলা আৰু যোৰহাট জিলাত মৃত্যুৰ বিভীষিকা …