muktosinta.org
ষ্টিফেন হকিং আৰু দুজন অবিস্মৰণীয় সম্পাদক (পংকজজ্যোতি মহন্ত) - মুক্ত চিন্তা
ষ্টিফেন হকিঙক কেৱল এজন বিজ্ঞানী বুলি ক'লে ভুল কৰা হ'ব৷ তেওঁ আছিল এজন বিজ্ঞানী আৰু এজন বিজ্ঞান লেখক, যি বিজ্ঞান জনপ্ৰিয়কৰণত বিৰল অৰিহণা যোগালে৷ তাৰোপৰি মানুহৰ জীৱনবোধ, পৰিৱেশতন্ত্ৰ, সামাজিক তথা ৰাজনৈতিক বিষয়ত দিগদৰ্শনকাৰী বক্তব্যও তেওঁ আগ বঢ়াইছিল। যদি মোৰ ভুল হোৱা নাই তেন্তে ক'ব পাৰি - এনে বহুমাত্ৰিক বৈশিষ্ট্যৰে বিশ্ববন্দিত হোৱা বিজ্ঞানী আছিল আৰু মাথোঁ …