muktosinta.org
চিলাপথাৰ কাণ্ড, নাগৰিকত্ব সংশোধনী আৰু আনুষংগিক প্ৰসংগ - (সুপ্রকাশ তালুকদাৰ) - মুক্ত চিন্তা
যোৱা ৬ মাৰ্চত ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত অবাঞ্ছিত ঘটনাই সমগ্ৰ অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিবেশৰ ওপৰত ব্যাপক প্রভাৱ পেলাই থৈ গৈছে। নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতি (নিব্বাছ)য়ে সিদিনাখন এই সৰু চহৰখনত বাংলাদেশৰপৰা অবৈধভাৱে প্রবেশ কৰা হিন্দু বাঙালী লোকসকলৰ নাগৰিকত্বৰ সমৰ্থনত এক বৃহৎ সমাবেশ আৰু সমদলৰ আয়োজন কৰিছিল। সিদিনাখনৰ ঘটনাৱলীৰ সম্পূর্ণ বিৱৰণ এতিয়াও সম্পূৰ্ণকৈ জানিব …