muktosinta.org
বিজ্ঞান আৰু সমাজ - (অঞ্জন জ্যোতি ডেকা) - মুক্ত চিন্তা
এগৰাকী জীৱনীকাৰে ন'বেল বঁটা বিজয়ী বিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ জীৱনী আৰম্ভ কৰিছে বিজ্ঞানীজনাই ন'বেল বঁটা গ্ৰহণ কৰোঁতে দিয়া ভাষণৰ অন্তত কোৱা এই বাক্যটিৰে - "সত্যৰ মোহৰ হ'ল সৰলতা, সত্যৰ জ্যোতি হ'ল সৌন্দৰ্য"। সৰলতা আৰু জ্যোতি এই দুটাই হ'ল বৈজ্ঞানিক তথ্য তথা বিজ্ঞানীৰ বাবে মোহৰ। মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰাই বিজ্ঞানে মানুহক প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ শিকোৱাৰ লগতে …