muktosinta.org
ৰামসেতুৰ বৈজ্ঞানিক ভিত্তি আৰু অন্যান্য প্ৰসংগ-(কৌশিক তালুকদাৰ) - মুক্ত চিন্তা
মহাকাব্য ৰামায়ণত উল্লেখ থকা মতে ৰাৱণৰ লগত যুদ্ধ কৰাৰ উদ্দেশ্যে লংকা (শ্ৰীলংকা)লৈ যাবৰ বাবে প্ৰভু শ্ৰীৰামৰ সেনাবাহিনীয়ে (বান্দৰ সেনা) তামিলনাডুৰ ৰামেশ্বৰম আৰু শ্ৰীলংকাৰ মান্নাৰ দ্বীপৰ মাজৰ সমুদ্ৰপৃষ্ঠত এক বিশেষধৰণৰ শিলেৰে ৰামসেতু সাজিছিল৷ বিজেপি তথা হিন্দুত্ববাদী শিবিৰে সজোৰে বিশ্বাস আৰু প্ৰচাৰ কৰি আহিছে যে ৰামসেতুৰ বাস্তৱিকতা আছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত নাছা(NASA)ই প্ৰকাশ কৰা এখন বিশেষ ছবিৰ আধাৰত …