muktosinta.org
কোৱাণ্টামৰ জগতখন-(বিকাশ শৰ্মা) - মুক্ত চিন্তা
কোৱাণ্টাম মেকানিক্স বা কোৱাণ্টাম বলবিজ্ঞান হৈছে পদাৰ্থবিজ্ঞানৰ এনে এটি বিভাগ, যাৰ অবিহনে আধুনিক পদাৰ্থবিজ্ঞানৰ অধ্যয়নে‌ই অসম্ভৱপ্ৰায়। কোৱাণ্টাম বলবিজ্ঞানৰ ধাৰণা পোন-প্ৰথমবাৰৰ বাবে ১৮৯৮ চনত আগ বঢ়া‌ইছিল মেক্স প্লেংক নামৰ এজন জাৰ্মান পদাৰ্থবিদে। কোৱাণ্টামৰ ধাৰণা ব্যৱহাৰ কৰি তেওঁ কৃষ্ণপদাৰ্থৰ শক্তি বিকিৰণৰ পৰিঘটনাটো সফলভাৱে ব্যাখ্যা কৰিবলৈ সক্ষম হৈছিল; যিটো পৰিঘটনা ব্যাখ্যা কৰিবলৈ অন্য পদাৰ্থবিদসকল অসমৰ্থ হৈছিল, কাৰণ সে‌‌ই …