muktosinta.org
প্ৰসংগ : ব্ৰাহ্মণ্যবাদ-(ড০ খগেশ সেন ডেকা) - মুক্ত চিন্তা
এটা কথাত প্ৰায় সকলো একমত যে ব্ৰাহ্মণ পুৰোহিত আৰু শাস্ত্ৰকাৰসকলৰ দ্বাৰা প্ৰৱৰ্তিত কিছুমান বিশ্বাস আৰু আচাৰ-অনুষ্ঠানেই ব্ৰাহ্মণ্যবাদ৷ জাতিভেদৰ কঠোৰতা আৰু ব্ৰাহ্মণ সমাজৰ প্ৰতিপত্তিয়ে এই বাদক যুগ যুগ ধৰি কঢ়িয়াই লৈ আহিছে ৷ কথাষাৰ অস্বীকাৰ কৰিবলৈ টান ৷ মনুস্মৃতিত ব্ৰাহ্মণৰ বাহিৰে বাকী কুলৰ মানুহক কেনে ব্যৱহাৰ কৰিব লাগিব তাৰ কেতবোৰ উদ্ভট নিৰ্দেশো আছে ৷ সেয়ে হ'লেও, …