muktosinta.org
প্ৰতিবাদী সাহিত্যৰ যৎকিঞ্চিৎ - (অচ্যুৎ মাধৱ দাস) - মুক্ত চিন্তা
সাম্প্ৰতিক সময় আৰু সমাজখনৰ প্ৰেক্ষাপটত সাহিত্যৰ বিভিন্ন দিশবোৰৰ ভিতৰত আলোচনাৰ বাবে অতিশয় প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ এটি দিশ হৈ পৰিছে প্ৰতিবাদী সাহিত্য। সাহিত্যৰ তথাকথিত মূল ধাৰাবোৰৰ পৰা কিছু নিলগত অৱস্থান কৰা “প্ৰতিবাদী সাহিত্য”ৰ ধাৰাটো উত্তৰণৰ সূক্ষ্মাতিসূক্ষ্ম বিশ্লেষণ আমাৰ দীৰ্ঘ আকাংক্ষিত বিষয়। লগতে প্ৰতিবাদ, বিদ্ৰোহী চেতনা আৰু সাহিত্যৰ পাৰস্পৰিক সম্পৰ্কৰ তাৎপৰ্য আলোচনাও এই সংখ্যাৰ প্ৰতিবাদী শিতানৰ অন্যতম …