muktosinta.org
প্ৰসেনজিৎ চৌধুৰীৰ উত্তৰণ আৰু উত্তৰাধিকাৰ : মনৰ বন্ধ দুৱাৰ খোলাৰ এক সঁচাৰকাঠি - (ৰাচিদা ৰহমান) - মুক্ত চিন্তা
প্ৰদূষিত সময়ৰ এই সন্ধিক্ষণত সুস্থ চিন্তন আৰু মননৰ অভাৱ পৰিলক্ষিত হয় সমাজৰ প্ৰায় প্ৰতিটো অলিয়ে-গলিয়ে‌। এক সামগ্ৰিক সস্তীয়া পণ্যায়নে গ্ৰাস কৰা প্ৰতিটো ক্ষেত্ৰৰপৰা গ্ৰন্থৰ ক্ষেত্ৰখনো সাৰি যোৱা নাই‌। গ্ৰন্থ অধ্যয়নৰ প্ৰতি সমাজৰ গৰিষ্ঠসংখ্যক শিক্ষিত লোকেই পিঠি দি সস্তীয়া বিনোদনৰ নানানটা মাধ্যমত নিজকে হেৰুৱাই দিছে বুলি সঘন অভিযোগ উত্থাপিত হোৱা দেখা গৈছে‌। এই অভিযোগৰ সত্যতা নিশ্চয় …