muktosinta.org
প্রাচীন গ্রীচত বিজ্ঞানৰ বিকাশ (দ্বিতীয় ভাগ)-(আৰহান ইনামূল) - মুক্ত চিন্তা
যদিও প্রাচীন গ্রীচত ভূমিকম্প, আগ্নেয়গিৰী উদ্গিৰণ আদিৰ কাৰণ ব্যাখ্যা কৰি বহুজন বিজ্ঞানী বা দার্শনিকে ভিন্ন মত দাঙি ধৰিছিল সেইবোৰ কিন্তু আধুনিক বিজ্ঞানৰ বাবে হাস্যৰ বিষয়হে হ’ব। কিন্তু অতীজৰে পৰা বিজ্ঞানে সেই বাটেৰেই বাট বুলি আহি আজিৰ এই বিকশিত অৱস্থা পাইছেহি । যেনে সেই সময়ত এৰিষ্টটলে ভূমিকম্প সূর্যৰ তাপশক্তিৰ প্রভাৱত ভূ-গর্ভত সঞ্চিত হৈ থকা বতাহৰ গতিৰ …