muktosinta.org
প্ৰাচীন ভাৰতীয় চিকিৎসা বিজ্ঞান-(গৌতম শৰ্মা) - মুক্ত চিন্তা
‘চিকিৎসা বিজ্ঞান’ অৰ্থাৎ ইংৰাজীৰ 'মেডিচিন' শব্দটো লেটিন ভাষাৰ ‘ars medicina’ শব্দৰ পৰা অহা, যাৰ অৰ্থ হৈছে 'The Medical Art' অৰ্থাৎ ‘চিকিৎসাৰ কলা’। মানৱ শৰীৰ তথা মনৰ স্বাস্থ্য ভালে ৰখোৱাৰ উদ্দেশ্যে ৰোগ নিৰাময় আৰু প্ৰতিষেধৰ বিষয়ে চিকিৎসা বিজ্ঞান বিষয়ত অধ্যয়ন কৰা হয়; লগতে প্ৰয়োজন অনুসৰি বিভিন্ন পদ্ধতিসমূহো প্ৰয়োগ কৰা হয়। উল্লেখযোগ্য যে, সময়ৰ দ্ৰুত পৰিৱৰ্তনৰ লগে …