muktosinta.org
প্ৰাচীন ভাৰতীয় বিজ্ঞান চৰ্চা বনাম অতিকথা-(ৰঞ্জিত ভূঞা) - মুক্ত চিন্তা
প্ৰাচীন ভাৰতত বিজ্ঞান চৰ্চাৰ গৌৰৱময় ইতিহাস আমাৰ বাবে একে সময়তে গৌৰৱ,বিস্ময় আৰু প্ৰেৰণা। সেই সময়ছোৱাত, ইমান প্ৰাচীন কালত আমাৰ জ্ঞান-বিজ্ঞানৰ সাধকসকলে যিধৰণৰ চিন্তা-চৰ্চা কৰিছিল, সেই চিন্তা-চৰ্চাৰ গভীৰতাই এতিয়াৰ বিজ্ঞানী সমাজক চমৎকৃত কৰিছে,তেওঁলোকে দি যোৱা অৱদানে জ্ঞান-বিজ্ঞানৰ গবেষণা আগ বাঢ়ি যোৱাত সহায় কৰিছে।কিন্তু সেইবুলিয়েই বিজ্ঞানৰ বিভিন্ন শাখাত হোৱা আৱিষ্কাৰ, বৈজ্ঞানিক তথ্য, সূত্ৰসমূহৰ বেছিভাগেই প্ৰাচীন ভাৰতত হৈছিল, …