muktosinta.org
প্ৰান্তীয় কণ্ঠ ৰূপত  বিকল্প গণ মাধ্যম : এক অৱলোকন-(টুনুজ্যোতি গগৈ) - মুক্ত চিন্তা
‘মোৰ মন যায় প্ৰাচীৰে প্ৰাচীৰে কিছু কথা লিখিবলৈ মই যে বেকাৰ পাইছোঁ লেখাৰ স্বাধীনতা...’ ‘ক্ষুধাৰ ৰাজ্যে পৃথিবী গদ্যময়’ বুলি কৈ যোৱা বিপ্লৱী কবি সুকান্ত ভট্টাচাৰ্যই প্ৰাতিষ্ঠানিক শক্তিৰ বিৰুদ্ধে নিজৰ মত প্ৰকাশৰ বাবে ওখ ওখ প্ৰাচীৰবোৰ নিৰ্বাচন কৰি লৈছিল ৷ প্ৰাচীৰত জিলিকি ৰোৱা সুকান্তৰ প্ৰতিবাদী কবিতাবোৰ পঢ়ি আলোড়িত হৈছিল বংগৰ পৰিৱৰ্তনকামী জনসাধাৰণ। কেৱল বংগতে নহয়, স্বাধীনতাৰ …