muktosinta.org
ভাৰতীয় চিনেমাত দাৰিদ্ৰ্যৰ উপস্থাপনকেন্দ্ৰিক বিতৰ্ক, ভিলেজ ৰকষ্টাৰ্ছ ইত্যাদি- (চিৰঞ্জিৎ দত্ত) - মুক্ত চিন্তা
ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ'ক লৈ দেশজুৰি সৃষ্টি হোৱা তুমুল আলোড়নৰ সময়তে সমান্তৰালকৈ আন এচাম চিত্ৰপ্ৰেমী দৰ্শকে চিনেমাখনৰ প্ৰতি অভিযোগ তুলিছে যে অসমৰ বান সমস্যা আৰু দাৰিদ্ৰ্যক বিশ্ববাসীৰ আগত উদঙাই দি তেওঁলোকৰ প্ৰশংসা বুটলি অস্কাৰ লাভ কৰিবলৈ সক্ষম হ'লেও সেয়া হেনো আমাৰ বাবে গৌৰৱৰ বিষয় নহয় । বৰং বিদেশী দৰ্শকৰ ওচৰত লজ্জানত হ'বলগীয়া কথাহে। এতিয়া প্ৰথম …