muktosinta.org
তৃতীয় স্তন (আবিদ আজাদ) - মুক্ত চিন্তা
- অঞ্জলী ইলা মেননে এফ এন ছুজাক এবাৰ সুধিছিল – চিত্ৰত তেওঁ নাৰীৰ স্তনক ইমান অতিৰঞ্জিতকৈ কিয় আঁকে? ছুজাই কৈছিলে – নাৰী কি তুমি যদি জানিলাহেঁতেন, বুজিলাহেঁতেন এয়া কোনো অতিৰঞ্জন নহয়। - নাৰীৰ স্তন হৈছে এবিধ ৰাজনৈতিক অংগ। দেহৰ আন কোনো অংগৰ সৈতে স্তনৰ তুলনা নহয়। ৰাজনৈতিক-সামাজিক পৰিৱৰ্তনৰ বাবে নাৰীৰ স্তন এক শক্তিশালী অভিব্যক্তি হিচাপে …