muktosinta.org
অসমীয়া জাতীয় অভিধান: বৃহত্তৰ আৰু¸ মহত্তৰ অসমীয়া জাতিগঠনৰ অভিজ্ঞান-(দ০ দেৱব্ৰত শৰ্মা) - মুক্ত চিন্তা
প্ৰস্তাৱনা : প্ৰায় এযুগৰ পৰিকল্পনা আৰু একদশকৰ পৰিশ্ৰমৰ অন্তত ২০১০ চনৰ পহিলা জানুৱাৰিত অসমীয়া জাতীয় অভিধানৰ প্ৰথম খণ্ড প্ৰকাশ পায়। লগে লগে ইয়াক কেন্দ্ৰ কৰি অসমৰ বৌদ্ধিক সমাজত প্ৰচণ্ড বিতৰ্ক হয়। আনফালে ২০১২ চনৰ ভিতৰত অভিধানখনৰ প্ৰস্তাৱিত চাৰিওটা খণ্ড প্ৰকাশ পোৱাৰ পাচত ২০১৫ চনত বিজ্ঞান প্ৰযুক্তিৰ জাতীয় অভিধান প্ৰকাশ পায়; ২০১৭ চনত প্ৰকাশৰ পায় ব্যৱহাৰিক …