muktosinta.org
অতিথি সম্পাদকৰ সম্পাদকীয় - (প্ৰদ্যুম্ন কুমাৰ গগৈ) - মুক্ত চিন্তা
'মুক্ত চিন্তা'ৰ দৰে অতি প্ৰয়োজনীয় আলোচনী এখনিৰ 'অতিথি সম্পাদকৰ চ'ৰা' শিতানটিৰ দায়িত্ব আমাক প্ৰদান কৰাৰ বাবে সকলোলৈকে ধন্যবাদ। ভাৰতবৰ্ষৰ জনগাঁথনি তথা নৃগোষ্ঠীসমূহৰ উত্থান-পতনৰ ইতিহাস আৰু প্ৰাগঐতিহাসিক আখ্যানসমূহ বস্তুবাদী দৃষ্টিভংগীৰে বিশ্লেষণ কৰাটো প্ৰগতিশীল চিন্তা-চৰ্চাৰ ভেটিস্বৰূপ। বিশেষকৈ বিষয়টোক ৰাজনৈতিক দৃষ্টিভংগীৰে লক্ষ্য কৰাৰ উপৰিও সৃষ্টিশীল ক্ষেত্ৰতো কাহিনীসমূহ পুনৰ্গঠন কৰিলে সেইসমূহৰ বিশ্লেষণ ঘটে, তদুপৰি কাহিনীনিৰ্মাতা অথবা ৰচকৰো ৰাজনৈতিক-সামাজিক স্থিতি …