muktosinta.org
অতিথি সম্পাদকৰ কলম-(ভাৰ্গৱ বৰঠাকুৰ) - মুক্ত চিন্তা
প্ৰাচীন কালত বিজ্ঞানচৰ্চাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ যথেষ্ট আগবঢ়া আছিল ৷ জ্ঞান-বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত বেবিলন, মিছৰ, চীন আদি ঠাইসমূহৰ দৰে ভাৰতৰো আছে এটা সোণালী ইতিহাস ৷ প্ৰত্যক্ষ প্ৰমাণ যে মৌলিক বিজ্ঞানচৰ্চাৰ মূল ভিত্তি আৰু পৰীক্ষা তথা পৰ্যবেক্ষণৰদ্বাৰা সেই প্ৰত্যক্ষ প্ৰমাণ সংগ্ৰহ কৰাটো যে আমাৰ ঐতিহ্য আছিল সেই কথা প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ দৰে বিশিষ্ট চিন্তাবিদেই কৈ গৈছে ৷ …