muktosinta.org
অষ্ঠীলা (বিক্ৰম বৰকটকী) - মুক্ত চিন্তা
সাগৰৰ পানীবোৰ তিতা হৈ গ'লেও তেওঁ, তেওঁ হৈ থাকে মগজুৰে কথা কওঁতে চিয়ঁৰে তুমি বোলা তুৰুপ ! ধামখুমীয়াতো ভৰিলৈকে তেওঁ, তেৱেঁই হৈ থাকে সোণোৱালী চিয়াঁহীৰ কলম এটা হাতত লৈ।