muktosinta.org
অপৰাধ-প্ৰৱণতা আৰু মুছলমান (জেহেৰুল ইছলাম) - মুক্ত চিন্তা
অপৰাধপ্ৰৱণতাৰ প্ৰথম শাৰীত মুছলমানসকলক দোষাৰোপ কৰাটো নতুন কথা নহয়। বিভিন্ন সময়ত দেখা যায় যে ইছলাম ধৰ্মীয় কোনোবা এজন লোক অপৰাধত জড়িত বুলি দোষী বুলি প্ৰমাণিত হ’লে আন কিছুমান লোকে সকলো মুছলমানকে অপৰাধী বুলি সৰলীকৰণ কৰি দিয়ে। এয়া অকল অসমৰ ক্ষেত্ৰতে নহয় বা ভাৰতৰ ক্ষেত্ৰতে নহয়, গোটেই বিশ্বতে এনেকুৱা কিছু ধাৰণাৰে মুছলমান লোকক সৰলীকৰণ কৰা দেখা …