muktosinta.org
নীৰেন্দ্রনাথ চক্রবর্তীৰ দুটা কবিতা (অনুবাদ: কৌশিক দাস) - মুক্ত চিন্তা
(মূল : "সূর্যাস্তের পর") বেলি ডুব যোৱাৰ পাছত হাঁহিৰ কোবত সিহঁতৰ মুখৰ ছালবোৰ কোঁচ খাই গ'ল, গালৰ মঙহ কঁপিবলৈ ধৰিলে, বাঁও চকু টিপিয়াই, সোঁহাতৰ আঙুলি ফুটাই সিহঁতে ক'লে “শত্রুবোৰ নিপাত যাওক।” মই দেখিলোঁ, দূৰ দিগন্তৰ পৰা বগুৱা বাই বাই ঠিক এটা চিকাৰী জন্তুৰ নিচিনাকৈ ৰাতিটো আগুৱাই আহিছে। মই ক'লো, "ৰাতি হ'ল।" সিহঁতে ক'লে, "হওক।" ক'লোঁ, …