muktosinta.org
নানাৰঙী চৰাইৰ ৰঙৰ আঁৰত - (নন্দ গগৈ) - মুক্ত চিন্তা
আমাৰ চৌপাশে নাচি-বাগি উৰি ফুৰা চৰাইবোৰৰ গাত যে কিমানবিধৰ ৰং ! চকুৰ আগত পৰিলে এই বাৰে বৰণীয়া চৰাইবোৰৰপৰা চকু আঁতৰাই আনিবলৈ মনেই নাযায়। নানাৰঙী চৰাইবোৰ দেখিলে মনটো কৌতূহলেৰে ভৰি পৰে; প্রশ্ন ওপজে মনত, ক’ৰপৰানো আহিল এই ৰংবোৰ! কিন্তু আমি এই চৰাইবোৰ ভালদৰে পৰ্যবেক্ষণ কৰিলে এটা বৰ তাৎপৰ্যপূৰ্ণ কথা চকুত পৰে। সৌন্দৰ্যৰে ভৰা নানাৰঙী চৰাইবোৰ …