muktosinta.org
মুক্ত মনৰ খিৰিকি খুলি-(সীমা ভূঞা) - মুক্ত চিন্তা
‘মুক্ত মন’ বা ‘মুক্ত চিন্তা’ক এক নিৰ্দিষ্ট সংজ্ঞাত আবদ্ধ কৰাটো জটিল। সাধাৰণ দৃষ্টিৰে চালে, অন্য কোনো কাৰকৰদ্বাৰা প্ৰৰোচিত নহৈ সম্পূৰ্ণৰূপে নিজা যুক্তি আৰু বিচাৰ-বিবেচনাৰে প্ৰতিটো কথা ফঁহিয়াই চাব পৰাৰ আগ্ৰহ আৰু ক্ষমতা থকাজনকে মুক্ত মনৰ অধিকাৰী বুলি বুলি ক’ব পাৰি। অৰ্থাৎ, ভয়-সংকোচ, বিভিন্ন প্ৰকাৰৰ প্ৰত্যাহ্বান আদিকো নেওচি, সোঁতৰ বিপৰীত দিশত অৱস্থান লৈ হ’লেও মুক্ত মনৰ …