muktosinta.org
মেঘালয়ৰ মাতৃপ্ৰধান সমাজ : বোধ আৰু বিচাৰ-(বিপাশা বৰা) - মুক্ত চিন্তা
আমি বিশ্বৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাসিন্দা। যিখন ৰাষ্ট্ৰত প্ৰতি ১০-১৫ মিনিটৰ মূৰে মূৰে ধৰ্ষণৰ বাতৰি পোৱা যায়, যিখন দেশত পদে পদে নাৰী লাঞ্ছিত-বঞ্চিত হয়, যিখন দেশত নিজৰ প্ৰাপ্য সন্মান আৰু নিৰাপত্তা লাভৰ দাবীৰে নাৰীয়ে উলংগ হৈ ৰাজপথত প্ৰতিবাদত নমাৰ নজিৰো আছে, সেইখন দেশত প্ৰকৃততে নাৰী-স্বাধীনতা আৰু সম-অধিকাৰৰ স্বপ্ন এতিয়াও সুদূৰপৰাহত। অথচ এইখন …