muktosinta.org
মধ্যবিত্তীয় ভণ্ডামিৰ সমালোচক জেহিৰুল হুছেইনৰ গল্প - (লিপিমণি দত্ত) - মুক্ত চিন্তা
বিংশ শতিকাৰ ষাঠিৰ দশকতে গল্পকাৰ হিচাপে জেহিৰুল হুছেইনে আত্মপ্ৰকাশ কৰিছিল । কিন্তু গল্পকাৰ হিচাপে অসমীয়া সাহিত্য ক্ষেত্ৰত তেওঁ বলিষ্ঠ খোপনিৰে পৰিচয় নিগাজি কৰে নব্বৈৰ দশকতহে। ১৯৯১ চনত তেওঁৰ প্ৰথম গল্প সংকলন ‘দূবৰি বনৰ জুই’ প্ৰকাশ পায়। ২০০০ চনত ‘ৰাং কুকুৰৰ টুপী’ আৰু ২০০৫ চনত তেওঁৰ অন্তিমখন সংকলন ‘চিলিকন ভেলীৰ মানুহ’ প্ৰকাশ পায়। সীমিতসংখ্যক গল্পৰ মাজেৰেই …