muktosinta.org
লেনিন আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম-(ভবেশ নাথ) - মুক্ত চিন্তা
যোৱা ৬ মাৰ্চ তাৰিখে স্বাধীন ভাৰতৰ অংগ ৰাজ্য ত্ৰিপুৰাত বিশ্ব ৰাজনীতিৰ জনক, মহান অক্টোবৰ বিপ্লৱৰ জৰিয়তে মাৰ্ক্সবাদৰ প্ৰথম সফল প্ৰয়োগেৰে পৃথিৱীত প্ৰথমখন সমাজবাদী অৰ্থনীতিৰ দেশ গঢ়া, পৃথিৱীৰ কোটি কোটি মুক্তি পিয়াসী জনতাৰ আজিও প্ৰেৰণাৰ উৎস হৈ ৰোৱা মহান বিপ্লৱী মহামতি লেনিনৰ প্ৰতিমূৰ্তি এটি ভাঙি দিয়া হৈছিল কিছুমান দুষ্কৃতিকাৰীৰ দ্বাৰা। উক্ত ঘটনাটোৱে ৰাজ্য খনৰ লগতে সমগ্র ভাৰতবৰ্ষত …