muktosinta.org
কুলছুমাৰ তেজ-(ৰশ্মিৰেখা বৰা) - মুক্ত চিন্তা
১ কুলছুমাক চোঁচৰাই নিয়াৰ দিন ধৰি মই শিল এছটা হৈ বহি আছোঁ কুলছুমাক লঠিয়াই মৰাৰ দিন ধৰি মই শিল এছটা হৈ বহি আছোঁ কুলছুমাক চোঁচৰাই নিয়াৰ দিন ধৰি মই শিল এছটা হৈ বহি আছোঁ কুলছুমাক লঠিয়াই মৰাৰ দিন ধৰি মই শিল এছটা হৈ বহি আছোঁ তাইৰ যোনিৰপৰা ওলোৱা তেজৰ সুঁতিটো মোৰ গাৰে বৈ আছে মই …