muktosinta.org
সম্পাদকৰ টোকা : কাৰাগাৰহীন পৃথিৱীৰ সপোন -(কৌশিক  দাস) - মুক্ত চিন্তা
(১) ব্যাপক হাৰত চাকৰি-পদৰ অৱলুপ্তিৰ কথা কেতিয়াবা বাৰু ভাল খবৰ হ’ব পাৰে নে? সকলোৱে একেমুখেই ক’ব, কেতিয়াও নোৱাৰে ; চাকৰি-পদৰ অৱলুপ্তিৰ কথা কেনেকৈনো বাৰু শুভ বাতৰি হ’ব? কিয়নো আটায়ে জানে, কৰ্মসংস্থানহীন হোৱাৰ আশংকা ব্যক্তিগতভাৱে ভয়াৱহতো হয়েই, লগতে সি সামাজিক-অৰ্থনৈতিক সমস্যা কিছুমান তীব্রতৰ হৈ উঠাৰো নিৰ্ভৰযোগ্য সূচক। কিন্তু উত্তৰটো সদায় তেনেকুৱা নহ’বও পাৰে ! কেতিয়াবা চাকৰি-পদৰ …