muktosinta.org
কানীন : অনীহাৰ গাঁঠি (এজন সাধাৰণ দৰ্শকৰ অনুভৱ)- (সিদ্ধেশ্বৰ দাস) - মুক্ত চিন্তা
অৱশেষত অনুৰাধাত 'কানীন' চালোঁ। জানিছিলোঁ যে শুক্ৰবাৰ আহিলে আকৌ নতুন চিনেমা আৰম্ভ হ’ব। 'কানীন' যদি চাব নেপাওঁ! কিয়নো অসমীয়া চিনেমা হলবোৰত সৰহ দিন নচলে। হলৰ মালিকে লোকচান ভৰি চিনেমা নচলায়। বলিউডত নিৰ্মিত চিনেমাৰ দৰ্শকৰ অভাৱ নাই। পৰিতাপৰ কথা, অসমীয়া চিনেমাৰ দৰ্শক বৰ তাকৰ। ব্যতিক্ৰম আছিল 'ভিলেজ ৰকষ্টাৰ্ছ'। একমাত্ৰ 'ভিলেজ ৰকষ্টাৰ্ছ'খনে দৰ্শক সৰহকৈ পাইছিল। তাৰ এটা …