muktosinta.org
জ্যোতিষ কিয় বিজ্ঞান নহয়?-(ভাৰ্গৱ বৰঠাকুৰ) - মুক্ত চিন্তা
জ্যোতিষশাস্ত্ৰ আৰু জ্যোৰ্তিবিজ্ঞানক লৈ বহু মানুহৰ মনত বিভ্ৰান্তিমূলক স্থিতি প্ৰতিফলিত হোৱা দেখা যায়৷ 'জ্যোতিষবিদ্যা' আৰু ‌'জ্যোতিৰ্বিদ্যা' উচ্চাৰণৰ ফালৰ পৰা ওচৰাউচৰি হ'লেও, ইহঁতৰ অৰ্থ কিন্তু ওলোটা৷ জ্যোতিষবিদ্যা আৰু জ্যোৰ্তিবিজ্ঞান সম্পূৰ্ণ দুটা বেলেগ বিষয়৷ কিয় বিষয় দুয়োটা সম্পূৰ্ণ বেলেগ এই বিষয়ে আমি অলপ পাছলৈ আলোচনা কৰিম৷ জ্যোতিষশাস্ত্ৰ বা জ্যোতিষবিদ্যাক ইংৰাজীত Astrology বুলি কোৱা হয় আৰু জ্যোতিৰ্বিদ্যা বা …