muktosinta.org
জ্যোতিষ বিদ্যাৰ স্বৰূপ-(দেৱকান্ত সন্দিকৈ) - মুক্ত চিন্তা
জ্যোতিষবিদ্যাৰ কোনো বৈজ্ঞানিক ভিত্তি নথকাৰ কথাটো 18 জন নোবেল বঁটা বিজয়ী বিজ্ঞানীসহ মুঠ 186 জন বিজ্ঞানীয়ে স্পষ্ট ভাষাৰে ঘোষণা কৰাৰ পিছতো বহুত উচ্চ শিক্ষিত ব্যক্তিয়েও জ্যোতিষবিদ্যাক বিজ্ঞান বুলিয়েই দাবী কৰি থাকে। কিন্তু কোনো বিচাৰতেই জ্যোতিষ বিজ্ঞান নহয়, ই হ'ল এবিধ অন্ধবিশ্বাসহে। সূৰ্যৰ ৰশ্মি বা পোহৰ সকলোৱে পোৱাৰ নিচিনাকৈ সমগ্ৰ পৃথিৱীৰ প্ৰাণীজগত, উদ্ভিদজগত আৰু জড়পদাৰ্থৰ ওপৰত …