muktosinta.org
জন হেন্‌ৰি : আমেৰিকাৰ ‘মহত্তম মালিতা’টো - (বৰ্ণালী বৰুৱা দাস) - মুক্ত চিন্তা
...পাহাৰ কাটি ৰেলৰ সুৰংগ পথ কাটিবলৈ প্ৰচণ্ড শক্তিৰে হাতুৰি কোবোৱা জন হেন্‌ৰি আফ্ৰিকা-আমেৰিকাৰ কৃষ্ণাংগ লোক-কথাৰ নায়ক‌। এই লোক-কাহিনী অনুসৰি বগা চৰ্দাৰে সেই কামৰ বাবে ষ্টিম-ড্ৰিলাৰ অনাত শ্ৰমিকসকল ক্ষুব্ধ হয়‌। জন হেন্‌ৰিয়ে বুকু ডাঠি কয়, কোনো যন্ত্ৰৰে এই কামত তেওঁক পৰাস্ত কৰা সম্ভৱ নহয়‌। সেই অনুসৰি আৰম্ভ হয় মানুহ আৰু যন্ত্ৰৰ প্ৰতিযোগিতা‌। পাহাৰৰ গভীৰৰপৰা গভীৰতৰলৈ সুৰংগ …