muktosinta.org
অসমৰ প্ৰান্তীয় এলেকা চৰ আৰু ঝাই ফাউণ্ডেচন-(আশ্ৰাফুল হুছেইন) - মুক্ত চিন্তা
অসম ৰাজ্যখন জনগাথঁনিৰ দিশত থকা বৈচিত্ৰ্যৰ দৰেই ভৌগোলিকভাৱেও খুবেই বৈচিত্ৰ্যপূৰ্ণ। পাহাৰ-ভৈয়ামৰ উপৰিও অসমত আছে বিস্তৃৰ্ণ চৰ এলেকা। চৰ বুলিলে চাৰিওফালে পানীৰে আগুৰা নৈৰ মাজৰ বা নৈৰ পাৰৰ বালিময় ওখ ঠাইসমূহক বুজায় আৰু চাপৰি বুলিলে নদী পাৰ্শ্বৱৰ্তী অঞ্চলসমূহক বুজায়। ২০০৩ চনৰ চৰকাৰী তথ্যমতে অসমত প্ৰায় ২২৫১খন চৰ গাঁও আছে। ২০০৩ চনত চৰ উন্নয়ন সঞ্চালকালয়ে চলোৱা জৰীপ …