muktosinta.org
যেতিয়া প্ৰান্তীয় কণ্ঠস্বৰ হৈ উঠে মূলসুঁতিৰ শক্তিশালী কণ্ঠস্বৰ-(ড: কমল কুমাৰ তাঁতী) - মুক্ত চিন্তা
সাম্প্রতিক কিছু ঘটনাপ্রবাহে এই কথা প্রমাণিত কৰি আহিছে যে - আমি ‘অসমীয়া’ জাতি হিচাপে আগতকৈ বহুত পৈণত হৈছোঁ, সুসংহত হৈছোঁ; পুৰণি ভুল-ভ্রান্তিৰপৰা আমি শিকিছোঁ আৰু সেই ভুলবোৰ পুনৰাই নকৰাৰ সিদ্ধান্ত সজ্ঞানে লৈছোঁ। তেনে এটা শেহতীয়া উদাহৰণ হৈছে - অসমীয়া কবিতাৰ এটা সুকীয়া, শক্তিশালী ধাৰাৰ স্ৰষ্টা, মূলতঃ ৰাজনৈতিক কবি আৰু অসমৰ সকলোতকৈ প্রৌজ্জ্বল প্রান্তীয় কণ্ঠস্বৰ সনন্ত …