muktosinta.org
জনস্বাস্থ্য আৰু বিজ্ঞান - (জেহেৰুল ইছলাম) - মুক্ত চিন্তা
আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত শতকৰ পিছত শতক গৰকি অহা "অৰ্থদস্ক" পদ্ধতিৰ ব্যৱহাৰ এতিয়াও সমাজত প্ৰচলিত হৈ আছে। যিবোৰ পদ্ধতিৰ প্রচলনে অকল দুই এটা পৰিয়ালত নহয়, একো একোখন গাঁও, চহৰ, জিলা বা দেশত জনস্বাস্থ্যৰ ওপৰত কুপ্ৰভাব পেলায়। উন্নয়নশীল দেশবোৰত মূলতঃ ইয়াৰ প্ৰভাৱ বেছি। ইয়াৰ কাৰণ হ'ল আৰ্থিক, সামাজিক আৰু শৈক্ষিক দিশত উপযুক্ত বিকাশৰ অভাৱ। লগতে …