muktosinta.org
হিন্দী চিনেমাৰ ৰাজনীতি-(মানস প্ৰতীম কলিতা) - মুক্ত চিন্তা
আচলতে আমি দেখি থকা হিন্দী চিনেমা, অৰ্থাৎ মুখ্যতঃ বলিউদী চিনেমাৰ ৰাজনীতিটো কি? যিহেতু সমাজ পাতি জীয়াই থকা পৃথিৱীৰ যিকোনো অংশৰেই কলা সাহিত্য- সংস্কৃতি অৰাজনৈতিক নহয়, তেনেস্থলত তথাকথিত হিন্দী চিনেমাৰ ইংগিত সমূহ কেনেকুৱা? মেইন-ষ্ট্ৰীম নিৰ্দেশকৰ, প্ৰযোজকৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি সম্পৰ্কে ধাৰণা সমূহ কেনে? কবলৈ গৈ আছো ১৯৯৮ চনত মুক্তিলাভ কৰা, দক্ষিণৰ এজন সুপ্ৰতিষ্ঠিত নিৰ্মাতা মনিৰত্নমৰ দ্বাৰা …