muktosinta.org
অসমত বিজ্ঞানমনস্কতাৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱা - (ৰণজিৎ ভূঞা) - মুক্ত চিন্তা
'ভাষাৰ ওজা' বুলি আমি যিজন প্ৰাতঃস্মৰণীয় ব্যক্তিৰ কথা জানোঁ, সেইজন ব্যক্তি যে অসমত বিজ্ঞানমনস্কতাৰ বাটকটীয়া, আজিৰ পৰা ১৪০ বছৰৰো আগেয়ে এইখন অসমতে জন্ম গ্ৰহণ কৰা, এইগৰাকী ব্যক্তি যে বিস্ময়কৰভাবে আধুনিক চিন্তা-চৰ্চাৰ গৰাকী আছিল, সেয়া হয়তো আমাৰ বহুতেই নাজানে। কুসংস্কাৰ-অন্ধবিশ্বাসৰ কবলত থকা, শিক্ষাৰ পোহৰ নপৰা এখন সমাজত এটা ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্ম লোৱা এইগৰাকী ব্যক্তিয়ে ধৰ্মীয় …