muktosinta.org
ঘটোৎকচ a story of privileging - ( সমুদ্ৰ কাজল শইকীয়া) - মুক্ত চিন্তা
[মহেন্দ্ৰদা আৰু হেমাঙ্গ] "কি চলি আছে এইকেইদিন?" "তেনেকৈ একো নাই, মহেন্দ্ৰদা। এনেয়ে আছোঁ এইকেইদিন।" "তই ক'লেই মানিম নে? একো নকৰাকৈ থকা মানেই কিবা এটাই নিশ্চয় পাকঘূৰণি খাই আছে তোৰ মনত।" "আপোনাকনো আৰু কি ক'ম। গল্প এটা লিখাৰ কথা ভাবি আছোঁ, কিন্তু নিজে একো ওৰ-মোৰ নোপোৱা হৈ আছোঁ।" "ছ' হোৱাট?" "এইটোৱেই আপোনাৰ ভয়ঙ্কৰ অস্ত্ৰ। আপুনি ছ' …