muktosinta.org
ফ্লেবিয়া এগনেছ-(মীনাক্ষী বৰুৱা) - মুক্ত চিন্তা
আইন সম্পৰ্কীয় কেইবাখনো কিতাপৰ লেখিকা, বহু সন্মানেৰে বিভূষিতা এগৰাকী অধিবক্তা, সফল মাতৃ, সফল নাৰীৰ নাম ফ্লেবিয়া এগনেছ । অত্যাচাৰী স্বামীৰ নিৰ্যাতন নেওচি ফ্লেবিয়াই বহু কষ্ট আৰু ধৈৰ্যৰে নিজৰ সামৰ্থ্য এদিন প্ৰমাণ কৰি দেখুৱাইছিল । মানসিক যন্ত্ৰণা আৰু শাৰীৰিক কষ্টই পিষ্ট কৰি তোলা ফ্লেবিয়া এগনেছ আজি গাৰ্হস্থ্য হিংসাত ভুগি থকা বহু নাৰীৰ বাবে প্ৰেৰণাৰ প্ৰতীক । …