muktosinta.org
দুটা কৰুণ মৃত্যু আৰু সাম্প্রদায়িকতাৰ ভয়াৱহতা-(পাৰভিন চুলতানা) - মুক্ত চিন্তা
গ্রীক ইতিহাসবিদ হিৰোডোটাছৰ মতে শান্তিৰ সময়ত পুত্রই পিতৃৰ কবৰ দিয়ে, যুদ্ধৰ পৰিৱেশত পিতৃয়ে পুত্রৰ কবৰ দিব লগা হয়। নিজ সন্তানৰ মৃত্যুৰ সাক্ষী হ'বলগীয়া মাক-দেউতাকৰ বাবে হয়তো ইয়াতকৈ ভয়ংকৰ কোনো অভিজ্ঞতা নাই। কিন্তু সাম্প্রতিক সময়ত যুদ্ধ নহ'লেও বিভিন্ন সংঘর্ষই এনে বহু পিতৃ-মাতৃৰ বুকু-কোলা উদং কৰি থৈ গৈছে। সদ্যহতে ভাৰতৰ বিভিন্ন ঠাইত দুষ্কৃতিকাৰীয়ে চলোৱা ষড়যন্ত্রমূলক সংঘর্ষৰ ফলতে …