muktosinta.org
দুৰ্ভাগা দেশ-(মূল: ৰবীন্দ্ৰ নাথ ঠাকুৰ, অনুবাদ: মাইনুদ্দিন) - মুক্ত চিন্তা
হে মোৰ দুৰ্ভগীয়া দেশ, যিসকলক কৰিছা অপমান অপমান হ'ব লাগিব সেইসকলৰ সমান মানুহৰ অধিকাৰ বঞ্চিত কৰিছা যাক সন্মুখত থিয় হৈ থাকিব দি কোলাত স্থান দিয়া নাই অপমান হ'ব লাগিব সেইসকলৰ সমান। মানৱিক স্পর্শৰ পৰা প্রতিদিন দূৰলৈ পঠিয়াই ঘিণ কৰিছা মানুহৰ অন্তৰৰ ভগৱানক বিধাতাৰ ৰুদ্রৰোষত দুর্ভিক্ষৰ দ্বাৰত বহি ভাগ কৰি খাব লাগিব অন্ন সকলোৰে লগত অপমান …