muktosinta.org
দৰিদ্ৰতাৰ নিৰ্দয় শিকলি ছিঙি-(মীনাক্ষী বৰুৱা) - মুক্ত চিন্তা
কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু অধ্যৱসায়ে মানুহক সপোনৰ শীৰ্ষ বিন্দুত উপনীত কৰাব পাৰে। এই তিনিৰ সুসমন্বয়ে মানুহক যিকোনো প্ৰতিকূল পৰিস্থিতিৰ বিপক্ষে যুঁজ কৰি বাঞ্ছিত লক্ষ্য প্ৰাপ্তিত সহায় কৰে। ড০ ৰুবুল মাউতৰ আত্মজীৱনীমূলক গ্ৰন্থ "মোৰো এটা সপোন আছে"এই তিনিওৰে সুন্দৰ সংমিশ্ৰণ। গ্ৰন্থখনি আত্মজীৱনীমূলক গ্ৰন্থ হ'লেও ই সমাজৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণাৰ অমল উৎস। অসম-অৰুণাচল সীমান্তৰ কৈলাসপুৰৰ টঙনা …