muktosinta.org
ডাক্টৰ এছ. আৰ. বৰুৱাৰ চেম্বাৰ - (কৌশিক দাস) - মুক্ত চিন্তা
এই সৰু নগৰখনলৈ বদলি হৈ অহা দুমাহো হোৱা নাই। দুটা কোঠাৰ সৰু ভাড়াঘৰ এটাত কোনোমতে মূৰ সুমুৱাইছোঁ। ৰিকিৰ বছৰেকীয়া পৰীক্ষাৰ পাছতহে পৰিয়াল ইয়ালৈ অনাৰ কথাটো ঠিক কৰিম। অকলে থাকোঁ, পুৱা পলমকৈ শুই উঠোঁ, কিবা এটা মুখত দিয়েই অফিচলৈ যাওঁ। দুপৰীয়াৰ ভাত শংকৰৰ হোটেলত। গধুলি তিনিআলিৰ ৰিংকুৰ দোকানৰ আগত এঘন্টা-ডেৰঘন্টামানৰ আড্ডা। আমাৰ অফিচৰেই একাউন্টেন্ট মজুমদাৰ, ফিল্ড …