muktosinta.org
ধৰ্ম, ঈশ্বৰ আৰু নৈতিকতা-(ভাৰ্গৱ বৰঠাকুৰ ) - মুক্ত চিন্তা
ধৰ্ম আৰু ঈশ্বৰ বিশ্বাস মানুহৰ এটা ব্যক্তিগত বিষয়৷ কোনোবাই ধৰ্ম আৰু ঈশ্বৰত বিশ্বাস ৰাখিবও পাৰে অথবা নাৰাখিবও পাৰে, সেইটো তেওঁলোকৰ ব্যক্তিগত কথা৷ কিন্তু ধৰ্ম আৰু ঈশ্বৰ বিশ্বাস মানুহৰ সহজাত প্ৰবৃত্তি নহয়! সহজাত মানে জন্মগতভাৱে লাভ কৰা মানুহৰ বৈশিষ্ট্য৷ যেনে: ভোক, খং, যৌন অভিলাষ আদি প্ৰবৃত্তিবোৰ সকলোৰে থাকে ৷ প্ৰাবল্য অথবা নিয়ন্ত্ৰণ কম বেছি হ'লেও এই …