muktosinta.org
ধৰ্ম, বিজ্ঞান আৰু বিজ্ঞানী ষ্টিফেন হকিং-(ভবেশ নাথ) - মুক্ত চিন্তা
সাধাৰণ অৰ্থত বিজ্ঞান বুলিলে আমি সেইটোকেই বুজো য'ত যিকোনো বিষয়তে প্ৰামাণিক যুক্তিনিৰ্ভৰ তথ্য উপলব্ধ। প্ৰাকৃতিক ঘটনাৱলীৰ আৰু সেইবোৰৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে পৰীক্ষা আৰু পৰ্যবেক্ষণৰ জৰিয়তে পোৱা প্ৰামাণিক তথ্যসমৃদ্ধ যুক্তিসংগত প্ৰণালীবদ্ধ জ্ঞানেই হ'ল বিজ্ঞান। অৰ্থাৎ যুক্তি আৰু প্ৰামাণিক তথ্য অবিহনে বিজ্ঞান কেতিয়াও আগবাঢ়িব নোৱাৰে। আকৌ যুক্তিৰ উদ্ৰেক তেতিয়াহে ঘটে যেতিয়া মানুহে কোনো এটা বিষয়ত প্ৰশ্ন …