muktosinta.org
দেৱকান্ত সন্দিকৈৰ "জীৱনটো আমি মাথোঁ এবাৰেই পাওঁ"-(ভাস্কৰ ভূঞা) - মুক্ত চিন্তা
একবিংশ শতিকাৰ অসমীয়া সাহিত্যত যিকেইজন মুষ্টিমেয় সাহিত্যিক, লেখকে যুক্তিনিষ্ঠ আৰু বিজ্ঞানসন্মতভাৱে সমাজ-সভ্যতাৰ গুৰুত্বপূর্ণ বিষয় সম্পর্কে যথাযথ আৰু নিৰপেক্ষ বিশ্লেষণ কৰি সমাজখনক অন্ধতাৰ পৰা ইতিবাচক দিশে ধাৱমান কৰাৰ চেষ্টা কৰি আহিছে; তেওঁলোকৰ ভিতৰত এজন উল্লেখযােগ্য গদ্যলেখক হৈছে দেৱকান্ত সন্দিকৈ। সমান্তৰালভাৱে দেৱকান্ত সন্দিকৈৰ একক আৰু পৃথক পৰিচয় হৈছে— ধর্ম, অন্ধবিশ্বাস, পৰম্পৰা, গোড়ামি আদিৰ বিৰুদ্ধে তেওঁৰ কলম অতি …