muktosinta.org
গৌতম বুদ্ধ , বৌদ্ধ দৰ্শন আৰু কেতবোৰ প্ৰশ্ন-(অনুপমা বৰগোহাঁই) - মুক্ত চিন্তা
১.গৌতম বুদ্ধ এজন পলায়নবাদী পুৰুষ? এই কথাষাৰ প্ৰায়ে বহুতৰ মুখত শুনিবলৈ পোৱা যায় । জ্ঞান সাধনাৰ কাৰণে নিজৰ সদ্যোজাত পুত্ৰ আৰু বিদূষী পত্নীক এৰি থৈ সন্ন্যাস গ্ৰহণ কৰা এজন ব্যক্তিক সাধাৰণ দৃষ্টিত পলায়নবাদী বুলিয়েই ক'ব পাৰি । কিন্তু আমি যদি অন্য দৃষ্টিকোণেৰে চাওঁ - গৌতম বুদ্ধক পলায়নবাদী বুলি কোৱাৰ পৰিবৰ্তে তেওঁক আৰু তেওঁৰ পত্নী যশোধৰা …