muktosinta.org
বকুল ৰয়ৰ অনুবাদ গ্ৰন্থ 'কামৰূপ, কামতা, কুচবেহাৰ ৰাজ্যৰ ইতিহাস'-(বৰ্ণালী বৰুৱা দাস) - মুক্ত চিন্তা
আমাৰ এক পুৰণিকলীয়া অভ্যাস অনুসৰি অসমৰ ইতিহাস বুলিলেই ৬০০ বছৰীয়া আহোম ৰাজত্বৰ কালচোৱাৰ কথাই স্বাভাবিকভাবে মনলৈ আহে। এনে এক সুদীৰ্ঘ কালৰ শাসন পৃথিবীৰ ইতিহাসতেই বিৰল‌। সেই কথা সত্য‌। লগতে তেওঁলোকৰ প্ৰণালীবদ্ধভাবে থকা লিখিত বুৰঞ্জীৰ পৰম্পৰাইও সহজেই তেওঁলোকৰ শাসনকালৰ লগত আমাৰ পৰিচয়ক গাঢ় কৰাত সহায় কৰে। কিন্তু তাৰ লগতে এই কথাও সত্য যে সেই বুৰঞ্জীৰ বাহিৰেও …