muktosinta.org
বিন্দুতেই মোৰ স্থিতি-(অনিতা গগৈ) - মুক্ত চিন্তা
(১) বিন্দু হোৱা হ'লে কেন্দ্রত স্থিতি লৈ আঁকিলোঁহেতেন এটা বৃত্ত পৃথিৱীৰ দৰে . সেই হুমুনিয়াহবোৰৰ বাবে যিবোৰ পানীমেটেকাৰ দৰে ভাঁহে খহি পৰা সপোনৰ সলিল সমাধিত . নতুবা... এডাল সৰলৰেখা যি বতাহৰ দৰেই অনাদি অনন্ত অসীমৰ সীমা ভেদি তাৰেই বান্ধিলোঁহেতেন কক্ষচ্যুত তৰাবোৰৰ বাবে প্রত্যয়ৰ প্রাচীৰ প্রচণ্ড . নাজানোঁ... পৃথিৱীৰ খিৰিকীখন খোল খাই যোৱাৰ আগেয়ে কি সপোনে …